Posts

Showing posts from August, 2020

Assamese poem Hiyar Batori By Amulya Barua Assamese Medium

Image
Assamese Poem Hiyar Batori Written By Amulya Barua    Hiyar Batori Hiyar Batori Assamese poem by Amulya Barua

DevaDakhi-Atulchandra Hazarika || Assamese Poem || Assamese Poem

Image
Assamese Poem Devadakhi Written By Atulchandra Hazarika || Assamese Medium    Devadakhi Assamese poem by Atulchandra Hazarika অসমীয়া কবিতা    দেৱদাসী কবি অতুলচন্দ্ৰ হাজৰিকা

Assamese poem " Balishor " By Atulchandra Hazarika || Assamese Medium

Image
  Assamese poem " Balishor " By Atulchandra Hazarika || Assamese Medium   Balishor  Assamese poem by Atulchandra Hazarika অসমীয়া কবিতা    বালিচৰ কবি অতুলচন্দ্ৰ হাজৰিকা   Balishor Poem In Assamese by Atulchandra Hazarika   বালিচৰ ৰূপোৱালী বালিচৰ সুবিশাল মনোহৰ লুইতৰ বিশাল বুকুত - জিলমিল ৰূপৰেখা দিলে কোন চিত্ৰলেখা ৰ ’ দালিৰ ৰিহা - আঁচলত ! আদি নাই , অন্ত নাই বালি মাথোঁ দেখা যায় , চাহাৰাৰ ক্ষুদ্ৰ তাঙৰণ ; লোকালয় বহু দূৰ , নিজানৰ ৰম্যপুৰ প্ৰকৃতিৰ অনন্ত ভৱন | কুল কুল জুৰ জুৰ খৰালিৰ খীণ সুৰ বীণ বাজে জল - কুঁৱৰীৰ ; গীত শুনি ভোল গই লুইতে জিৰণি লয় , ভাগৰুৱা অৱশ শৰীৰ | সোঁতে সোঁতে নাচি ফুৰা উঠি আহি কাছ দুৰা লেখি লেখি কণী পাৰি যায় ; নাম গাই নাৱৰীয়া উলাহত মতলীয়া নাও বান্ধে বালিচৰ পাই | বালিতেই খুটি মাৰি ভাত খাই ৰান্ধি - বাঢ়ি বালিটেই ৰাতিটো কটায় , বজাই ৰঙৰ শিঙা পুৱাতে মেলিব ডিঙা লঙ্কাৰ বণিজ ক ’ ত পায় ! চামে চামে বালি ভৰা ঠায়ে ঠায়ে ওখ গৰা , জাও গছ...

Assamese Essay On Pranab Mukherjee|| Assamese Medium

Image
Assamese Essay On Pranab Mukherjee|| Assamese Medium Pranab Mukherjee Essay In Assamese অসমীয়া ৰচনা ভাৰতৰ ত্রয়ােদশ ৰাষ্ট্রপতি প্রণৱ মুখার্জী

Hundor Hukh Written By Amulya barua ||Assamese poem || Assamese Medium

Image
Assamese Poem Hundor Hukh Written By Amulya Barua || Assamese Medium    Hundor Hukh  Assamese poem by Amulya Barua  অসমীয়া কবিতা   সুন্দৰ সুখ   কবি অমূল্য বৰুৱা   সুন্দৰ সুখ     কোনেনাে বজালে বাঁহীটি কালি     সুৰ সুষমাৰ লহৰ তুলি     হিয়াই হিয়াই মিলি জুলি                       গােপন পৰত ঐ।   কোনাে কাহানিৰ আবেগ ভৰা   অভিমানত সপােন সৰা     কোন প্রাণৰ সমল হৰা                      সুৰ চানেকী লই ।   বুকুৰ ব্যথা বুকুৰ কথা     মনে প্রাণে সুৰে গঁঠা   কিবা এটি কিবা কথা                       কাণে কাণে থই।   দুৱৰীয়ে দুৱাৰ মুখত     আপােন ভুলা প্রাণৰ সুখত   কাৰনাে বাৰু সুৰ শুনিলত     ...